Ticker

6/recent/ticker-posts

প্ৰতিদিনে মাত্ৰ ৩ গ্লাচ গৰম পানী খাওক, একেবাৰতে আঁতৰি যাব এইসমূহ ৰোগ।

 প্ৰতিদিনে মাত্ৰ ৩ গ্লাচ গৰম পানী খাওক, একেবাৰতে আঁতৰি যাব এইসমূহ ৰোগ।

প্ৰতিদিনে মাত্ৰ ৩ গ্লাচ গৰম পানী খাওক, একেবাৰতে আঁতৰি যাব এইসমূহ ৰোগ
কেৱল গৰমপানী খালেই এই সমূহ ৰোগৰ পৰা উপশম পাব পাৰি। প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক।
গৰমৰ দিনত শৰীৰ সুস্থ কৰি ৰাখিবলৈ প্ৰচূৰ পৰিমাণে পানী খাওক। প্ৰতিদিনাই ২ৰ পৰা ৪ লিটাৰ পানী খোৱা উচিত।

 ইয়াৰ লগে লগে প্ৰতিদিনে তিনি গ্লাচ কুহুমীয়া গৰম পানী খাব লাগে। কাৰণ কেৱল গৰমপানী খালেই এই সমূহ ৰোগৰ পৰা উপশম পাব পাৰি।

ওজন কমে- ওজন হ্ৰাস কৰিবলৈ বহুতে চেষ্টা কৰে। কিন্তু কাৰ্যত সফল নহয়। এইবাৰ প্ৰতিদিনে কমেও তিনি গ্লাচ গৰমপানী খাই চাওক। নিজেই পাব ফলাফল।

তেজৰ চলাচলঃ শৰীৰত তেজৰ চলাচল সুস্থিৰ কৰি ৰাখে গৰম পানীয়ে। ফলত শৰীৰ সতেজ হৈ থাকে।ডিটক্স- শৰীৰক ৰেচনমুক্ত কৰাত সহায় কৰে।

 শৰীৰত থকা বেয়া পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰাৰ লগতে শৰীৰ পৰিষ্কাৰ কৰি ৰখাত গৰম পানীয়ে সহায় কৰে।

Post a Comment

0 Comments