শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়ত গান শুনক! জানক,কিদৰে লাভ হব?
যৌন সম্পৰ্কৰ বাবে অনীহা!একেবাৰে যেন ভাল নালাগে।হেৰুৱাই পেলাইছে আশা।
যৌন জীৱনত সুখ বা স্বভাৱিকতা নাথাকিলে বিভিন্ন ধৰণৰ মানসিক সমস্যা বা শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে।
গীত বা সংগীত এনে এক প্ৰণালী, যিয়ে মানুহৰ মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে। গৱেষণাই কৈছে যে. সংগীতে ঘূৰাই দিব পাৰে সুস্থ যৌন জীৱন।
0 Comments